ৰিখ্‌টাৰ জোখৰিখ্‌টাৰ স্কেল

ৰিখ্‌টাৰ মাপ (Assamese) [ Roman: rikh.ta.r ma.p]
Contributed by: Aklantika Saikia on 2011-09-29
Ref: www.dictionary.com
1. Geology(Abstract Noun) A logarithmic scale used to rate the strength or total energy of earthquakes. The scale has no upper limit but usually ranges from 1 to 9. Because it is logarithmic, an earthquake rated as 5 is ten times as powerful as one rated as 4. An earthquake with a magnitude of 1 is detectable only by seismographs; one with a magnitude of 7 is a major earthquake. The Richter scale is named after the American seismologist Charles Francis Richter (1900-1985) ভূমিকম্পৰ তীব্ৰতা জুখিবলৈ ব্যৱহাৰ কৰা এবিধ ঘাতাংকীয় জোখ৷ এই জোখৰ কোনো উচ্চ সীমা নাই যদিও সাধাৰণতে ১-ৰ পৰা ৯ লৈকে জোখা হয়৷ যিহেতো এই জোখ ঘাতাংকীয়, ৫ ৰিখ্‌টাৰ মাপৰ ভূমিকম্প এটা্ৰ তীব্ৰতা ৪ ৰিখ্‌টাৰ মাপৰ ভূমিকম্পতকৈ ১০ গূণ বেচি হয়৷ ১ তীব্ৰতাৰ ভূমিকম্প এটা কেৱল ভূমিকম্প লেখন যন্ত্ৰৰেহে ধৰা পেলাব পাৰি৷ ৭ তীব্ৰতাৰ ভূমিকম্পক অতি শক্তিশালী বুলি ধৰা হয়৷ ৰিখ্‌টাৰ জোখক আমেৰিকাৰ ভূমিকম্পবিদ চাৰ্লচ ফ্ৰাণ্সিচ ৰিখ্‌টাৰৰ (১৯০০-১৯৮৫) নামেৰে নামাংকৰণ কৰা হৈছে৷